প্ৰসৱ কৰ্প্ৰসৱতত্ত্ব

প্ৰসৱ বেদনা (Assamese) [ Roman: pro.xob be.do.na]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-01-12
1. Medical Science(Abstract Noun) pain and discomfort associated with contractions of the uterus during labor. সন্তান প্ৰসৱ কৰা বা জন্ম দিয়াৰ সময়ত জৰায়ুৰ সংকোচনৰ ফলত মাকে ভোগ কৰা বিষ আৰু কষ্ট।